বেটুপাত
অৱয়ব
|
সকলো লোকেই বৰঙণি আগবঢ়াব পৰা ই এক মুক্ত পুথিভঁৰাল।
অসমীয়া ভাষাৰ ৱিকিউৎসত বৰ্তমান ৩,৬৩৭ টা লেখা আৰু ৭৯৯ খন পূৰ্ণাংগ গ্ৰন্থ আছে।
|
| |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
এই মাহৰ নিৰ্বাচিত লেখা
ৰমণী গাভৰু
সূৰ্য্যকুমাৰ ভূঞা ৰচিত গ্ৰন্থ (১৯৫১)

দলৌগুৰি পাওঁতে পোহাৰীয়ে পলৰীয়া ৰজাক লগ পাই কলে,— "স্বৰ্গদেৱ, তুমি ৰং-আনন্দতহে মন দিলা! এই পোন্ধৰ বছৰে যদি দিব লগা ঠাইত পোন্ধৰ চপৰা মাটি দিলাহেতেন তোমাৰ কিয় এনে অৱস্থা হবলৈ পায়? আমাক কত এৰি থৈ যোৱা?” চৰাইদেও পাই দেৱতাক সেৱা কৰি ৰজাদেৱে কলে, “তুমি মোক ইবাৰ ৰক্ষা কৰি এই ঠাইলৈ আনিবা যদি তেবে ইয়াৰ বিচাৰ কৰাবা। যাক যাক ভাল খুৱালোঁ পিন্ধালোঁ তাৰ মুখত এই কথা নাপালোঁ, এতিয়া আপদ-কালত পোহাৰীৰ মুখতহে পালোঁ!
এই মাহৰ সহযোগিতামূলক কাম
এই মাহৰ সহযোগিতামূলক কাম:
- সাহিত্য-বিচাৰ (সত্যনাথ বৰা) - সংশোধন বাকী আছে
- কুলাংগাৰ - (পংকজ জ্যোতি মহন্ত) - সংশোধন বাকী আছে
- আসাম বুৰঞ্জী (গুণাভিৰাম বৰুৱা) - সংশোধন বাকী আছে
অসমীয়া ৱিকিউৎসৰ পৰিসংখ্যা
- পৃষ্ঠা: নামস্থানৰ পৰিসংখ্যা
- পাঠ্য নথকা = ১,৬৪৪টা
- সমস্যাজৰ্জৰ = ২৫৫টা
- মুদ্ৰণ সংশোধন কৰা হোৱা নাই = ২১,৪২৪টা
- মুদ্ৰণ সংশোধন কৰা হৈছে = ৩৬৬টা
- বৈধকৰণ হৈছে = ১,৩৯১টা
- মুঠ পৃষ্ঠাৰ সংখ্যা = ২৫,০৮০টা
নতুন লেখাসমূহ
দেশ-বিদেশৰ সাধু (লেখক:বিৰিঞ্চি কুমাৰ বৰুৱা)
আলাপ (লেখক:ৰত্নকান্ত বৰকাকতী)
শান্তি-দূত (লেখক:কাশী নাথ বৰ্ম্মণ)
প্ৰভাত ও গধুলি গোষ্ঠ (শংকৰদেৱ আৰু মাধৱদেৱ)
পদ্মা-পুৰাণ (ভাইঠেলি খণ্ড) (লেখক:নাৰায়ণদেৱ)
গীতি-মালিকা (লেখক:সিংহদত্ত দেৱ অধিকাৰী)
ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত (লেখক:লক্ষ্মীনাথ বেজবৰুৱা)
মিলনৰ সুৰ (লেখক:যতীন্দ্ৰনাথ দুৱৰা)
স্বাৰ্থৰ সমাজ (লেখক:ৰত্নধৰ বৰুৱা)
ৰমণী গাভৰু (লেখক:সূৰ্য্যকুমাৰ ভূঞা)
চানেকি (লেখক:সূৰ্য্যকুমাৰ ভূঞা)
নগৰৰ বিহুতলী (লেখক:দণ্ডিনাথ কলিতা)
সাধু বুদৰাম মহন্ত (লেখক:হৰমোহন দাস)
সভাপতিৰ অভিভাষণ (লেখক:লক্ষ্মীনাথ বেজবৰুৱা)
বৈৰাগী (লেখক:শান্তিৰাম দাস)
পৰিচয় (লেখক:দণ্ডিনাথ কলিতা)
ব্যাকৰণ-ৰচনা (১ম ভাগ) (লেখক:হৰিনাৰায়ণ দত্তবৰুৱা)
ত্ৰিপদী (লেখক:সূৰ্য্যকুমাৰ ভূঞা)
প্ৰজাপতি (লেখক:কৰুণাধৰ বৰুৱা)
পোহনীয়া কুকুৰ (লেখক:দণ্ডিনাথ কলিতা)
মহামতি গোপালকৃষ্ণ গোখ্লে (লেখক:সূৰ্য্যকুমাৰ ভূঞা)
বনফুল (লেখক:যতীন্দ্ৰনাথ দুৱৰা)
সেউজী পাতৰ কাহিনী (লেখক:ৰাস্না বৰুৱা)
পঞ্চমী (লেখক:সূৰ্য্যকুমাৰ ভূঞা)
ৰোমিৱ-জুলিয়েট (লেখক:কমলানন্দ ভট্টাচাৰ্য্য)
সাৰিপুত্ত আৰু মোগ্গল্লান (লেখক:বিৰিঞ্চি কুমাৰ বৰুৱা)
ৱিকিউৎসৰ বিষয়ে
ৱিকিউৎস এক মুক্ত পুথিভঁৰাল য’ত আমাৰ স্বেচ্ছাসেৱকসকলে মুক্ত প্ৰকাশনসমূহ সংগ্ৰহ আৰু ৰক্ষণাবেক্ষণ কৰে। আপুনি কেনেকৈ লেখা এটা আৰম্ভ কৰিব এই সম্পৰ্কে জানিবলৈ অন্তৰ্ভুক্তি নিৰ্দেশনা আৰু সহায়িকা পৃষ্ঠা চাওক, আৰু আপুনি কি ভাৱে বৰঙণি যোগাব পাৰে সেয়া জানিবলৈ সমাজৰ বাটচ'ৰা চাওক। ৱিকিউৎসত পৰীক্ষা-নিৰীক্ষাৰ বাবে পৰীক্ষাগাৰ ব্যৱহাৰ কৰিব পাৰে।
ৱিকিউৎস বিচৰণ কৰক
ৱিকিউৎসৰ বাহিৰে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ আৰু কেইবাটাও বহুভাষিক মুক্ত প্ৰকল্প আছে।
ৱিকিমিডিয়া প্ৰকল্পসমূহৰ ব্যৱস্থাপনা |
মুক্ত বিশ্বকোষ |
অভিধান আৰু সমাৰ্থক শব্দকোষ |
মুক্ত পাঠ্যপুথি আৰু হাতপুথি |
অংশীদাৰী মিডিয়া ভঁৰাল |
উক্তি আৰু উদ্ধৃতিৰ সংগ্ৰহালয় |
জীৱপ্ৰজাতি নিৰ্দেশিকা |
মুক্ত উৎসৰ বাতৰি |
মুক্ত শিক্ষা মাধ্যম আৰু কাৰ্যক্ৰম |